Instructions

Steps to be Followed

  • Register by providing required fields.
  • Verify Mobile No. by providing OTP.
  • Fill up the Application Form.
  • Preview and Submit your Application Form.

  • For best performance use

    1. Candidates are requested to go through the complete advertisement and read the complete instructions before applying. Advertisement
    2. For Passport Size Photograph:
      • Photograph must be in colour and must be in white background and must have been taken after 1st January 2020
    3. For Signature OR Thumb Impression:
      • Signature OR thumb impression must be taken with a black or dark blue ink on a white paper.
    4. Documents to be uploaded:
      • Admit card / certificate of HSLC or equivalent examination for proof of Age.
      • Mark sheet of HSLC / HSSLC examination as applicable for the post concerned.
      • Certificate of caste from the competent authority in respect of the candidates belonging to ST(P) / ST(H) / SC / OBC & MOBC.
      • Home Guard training and experienced certificate issued by competent authority to claim Age relaxation.
      • EWS certificate from Competent Authority, if any. Annexure-I
      • Other relevant documents.

      Note: All the documents should be self-attested. The size of the scanned documents should be 100KB to 250 KB (JPEG,JPG,PNG format only)

    নিৰ্দেশনা

    1. প্ৰাৰ্থী সকলে আবেদন কৰা আগত বিজ্ঞাপনটো স্পষ্টকৈ পঢ়ে যেন । বিজ্ঞাপন
    2. পাৰ পত্ৰ আকাৰৰ ফটোগ্ৰাফৰ বাবে:
      • ফটোগ্ৰাফ ৰঙীন আৰু পটভূমি বগা হব লাগিব । ফটোগ্ৰাফ ২ জানুৱাৰী ২০২০ ৰ পাছত টোলা হব লগিব।
    3. চহী বা অংগুষ্ঠ চাপৰ বাবে:
      • চহী বা অংগুষ্ঠ চাপ বগা কাগজত আৰু নীলা বা ক'লা ৰঙৰ চিয়াঁহী ব্যৱহাৰ কৰিব লাগিব ।
    4. আপলডৰ বাবে নথি পত্ৰ সমূহ:
      • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰবেশ পত্ৰ অথবা উত্তীৰ্ণৰ প্ৰমান পত্ৰ বয়সৰ প্ৰমান হিচাপে ।
      • হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা উচ্চতৰ মাধ্য়মিক শিৰক্ষান্ত পৰীক্ষাৰ মাৰ্কশ্বিত পদৰ নূন্য়তম অৰ্হতা অনুযায়ী ।
      • অনূসুচীত জাতি, অনূসূচীত জনজাতি আৰু অন্য়ান্য়ভাবে পিচপৰা জাতিৰ অনৰ্গত প্ৰাৰ্থীসকলৰ বাবে জাতি/বৰ্ণৰ প্ৰমান পত্ৰ ।
      • গৃহৰক্ষী বিভাগৰ প্ৰশিক্ষণ আৰু অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ ।
      • আৰ্থিকভাবে পিছপৰা শ্ৰেনীৰ প্ৰমান পত্ৰ, যদিহে কাৰোবাৰ আছে । Annexure-I

      টোকা: সকলো নথি-পত্ৰ স্ব-স্বাক্ষৰিত হ'ব লাগিব । স্কেন নথি পত্ৰ সমূহ ১০০ কেবি আৰু ৫০০ কেবি'ৰ মাজত হ'ব লাগিব (জেপেগ, জেপিজি, পিএনজি আৰ্হি গ্ৰহন কৰা হ'ব)।

    Register (new candidate)

    Online registration process for new candidate is closed now.